বিষ্ণু ৰাভা দিৱস উপলক্ষে ‘নীলা চৰাই’ৰ ভব্য আয়োজন

প্ৰকাশ: ১৯ জুন, ২০১৮ | অন্তিম সম্পাদনা: ১৯ জুন, ২০১৮

২০ জুনৰ মৃত্যু দিনত সৈনিক-শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ পুণ্য স্মৃতিত প্ৰণিপাত জনাইছোঁ। তেখেতৰ জীৱন আৰু কৰ্ম সম্পৰ্কত আমি এলানি লেখা নীলা চৰাইৰ পাঠক সমাজলৈ আগবঢ়াইছোঁ। ইয়াত সেই লেখাসমূহৰ সংযোগ (link) একগোট কৰি আগবঢ়াইছোঁ।

ডঃ ইন্দ্ৰজিৎ বেজবৰুৱাৰ
সমাজৰ প্ৰকৃত ৰূপান্তৰত বিশ্বাসী কমৰেড বিষ্ণুপ্ৰসাদ ৰাভা

হিমাংশু ৰণ্‌জন ভূঞাৰ
বিপ্লৱী-শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা

নৱকান্ত বৰুৱাৰ
বিষ্ণু ৰাভা: প্রতীক আৰু প্ৰতিমা

ডঃ ভূপেন হাজৰিকাৰ
জাতীয় জীৱনৰ প্ৰতীক বিষ্ণু ৰাভা

হেমাংগ বিশ্বাসৰ
বিষ্ণুদা উভতি আহিল

সমীৰ তাঁতীৰ কবিতা
সেই দিনটোলৈ মনত পৰিছে, বিষ্ণু ৰাভা

বিৰিঞ্চি ভট্টাচাৰ্যৰ কবিতা
বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

ভূপেন শৰ্মাৰ
ৰাভা চেতনাৰ পুনৰ মূল্যায়ন হওক

ৰূপ গোস্বামীৰ
বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰূপতীৰ্থৰ যাত্ৰাত শ্ৰীমন্ত শঙ্কৰদেৱ অনুপ্ৰেৰণা আছিল

গুণীন হাজৰিকাৰ কবিতা
মই আকৌ আহিম

পল্লৱপ্ৰাণ গোস্বামীৰ
প্ৰাসঙ্গিক বিষ্ণুপ্ৰসাদ

বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা

অসমীয়া কৃষ্টিৰ চমু আভাস

বিষ্ণুপ্ৰসাদ ৰাভাৰ এমুঠি গীত

ই-বুক ডাউনলোড: অসমীয়া কৃষ্টিৰ চমু আভাস

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts