দ্বিজেন মহন্তৰ ছবি

প্ৰকাশ: ১৪ এপ্ৰিল, ২০১২ | অন্তিম সম্পাদনা: ১০ ডিচেম্বৰ, ২০১৬

এই মাহৰ শিল্পীঃ দ্বিজেন মহন্ত

দুটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী শ্ৰীদ্বিজেন মহন্ত বৰ্তমানে বিশ্বনাথ চাৰিআলিৰ চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অৰ্থনীতি বিভাগৰ বিষয় শিক্ষক ৰূপে কৰ্মৰত। ফটোগ্ৰাফীৰ উপৰি অভিনয় আৰু নাট পৰিচালনাত তেখেতৰ বিশেষ ৰুচি আৰু অৰ্হতা আছে।

ঠিকনা: নৱপুৰ, ডাক: চাৰিআলি, জিলা: শোণিতপুৰ— ৭৮৪১৭৬
ই-মেইল: [email protected]

শিল্পীৰ অধিক ফটো চাবলৈ পাব: ইয়াত


এই শিতানৰ বাবে আমালৈ যথেষ্ট সংখ্যক ছবি আহিছে। প্ৰথমে অহা ভিত্তিত ছবিসমূহ পৰ্যায়ক্ৰমে প্ৰকাশ কৰি যোৱা হ'ব। সকলোৰে সহযোগিতা কামনা কৰিছোঁ। —সম্পাদক


এই শিতানত প্ৰকাশৰ বাবে আপুনি তোলা ছবিও আমালৈ পঠাব পাৰে। কমেও ১৪খন ছবি আমালৈ প্ৰেৰণ কৰক এই ঠিকনাত: [email protected]” অথবা আপোনাৰ ছবি থকা ফটো শ্বেয়াৰিং চাইটৰ আপোনাৰ ষ্ট্ৰিমৰ ঠিকনা দি নীলা চৰাইত প্ৰকাশৰ বাবে অনুমতি সহ আমালৈ এটা ই-মেইল প্ৰেৰণ কৰক।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts