তেজ আৰু ফাকুৰ ৰং
একে হোৱাৰ সময়ত
হতাশা দুখ কান্দোন
সঙ্গী হোৱাৰ সময়তো
আশা ৰাখোঁ,
সকলো সুখী হওক মনৰ জোখাৰে;
কিয়নো অতীজৰে পৰা এটি শিকনি
মনত ৰাখোঁ—
"With all its sham, drudgery and
broken dreams
it is still a beautiful world
Be careful. Strive to be happy."
Leave a Reply
Be the First to Comment!