কাকলি ৰাজনন্দিনী বৰুৱাৰ কবিতা

জীৱনো এটি মুদ্ৰাৰ দৰে

জীৱনটোও এটি মুদ্ৰাৰ দৰে
মুদ্ৰাৰ দৰেই দুখনি পিঠি
এফালে সুখ
আনফালে দুখ

কেতিয়াবা সুখবোৰ বৈ আহে
পূৰঠ হৃদয়ৰ
উলাহ ভৰা বন্যা হৈ
কেতিয়াবা দুখবোৰ গজি উঠে
ভগ্ন হৃদয়ৰ
বিষাদ ভৰা কবিতা হৈ।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of