মৃত্যু দিৱসত নৱকান্ত স্মৰণ

১৪ জুলাইৰ মৃত্যু দিৱস উপলক্ষত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ অসমীয়া কাব্যজগতৰ ভোটাতৰা নৱকান্ত বৰুৱাক।

এই আপাহতে, পাঠকসকলৰ সুবিধা হোৱাকৈ নীলা চৰাইত প্ৰকাশিত নৱকান্ত বৰুৱাৰ লেখাসমূহৰ সংযোগ একগোট কৰি আগবঢ়াইছোঁ।

নৱকান্ত বৰুৱাৰ কবিতা: পলস
নৱকান্ত বৰুৱাৰ এমুঠি কবিতা
নৱকান্ত বৰুৱাৰ তিনিটা গীত
নৱকান্ত বৰুৱাৰ কবিতা: ওৱাজ ককাইৰ মছজিদ
ধনশিৰিৰ বাবে দুটা স্তবক
বিষ্ণু ৰাভা: প্রতীক আৰু প্ৰতিমা

দৃশ্য-শ্ৰাৱ্য
নৱকান্ত বৰুৱাৰ ‘ৰাৱণ’

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of