দ্বিজেন মহন্তৰ ছবি

এই মাহৰ শিল্পীঃ দ্বিজেন মহন্ত

দুটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী শ্ৰীদ্বিজেন মহন্ত বৰ্তমানে বিশ্বনাথ চাৰিআলিৰ চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অৰ্থনীতি বিভাগৰ বিষয় শিক্ষক ৰূপে কৰ্মৰত। ফটোগ্ৰাফীৰ উপৰি অভিনয় আৰু নাট পৰিচালনাত তেখেতৰ বিশেষ ৰুচি আৰু অৰ্হতা আছে।

ঠিকনা: নৱপুৰ, ডাক: চাৰিআলি, জিলা: শোণিতপুৰ— ৭৮৪১৭৬
ই-মেইল: dwijenmahanta@gmail.com

শিল্পীৰ অধিক ফটো চাবলৈ পাব: ইয়াত


এই শিতানৰ বাবে আমালৈ যথেষ্ট সংখ্যক ছবি আহিছে। প্ৰথমে অহা ভিত্তিত ছবিসমূহ পৰ্যায়ক্ৰমে প্ৰকাশ কৰি যোৱা হ'ব। সকলোৰে সহযোগিতা কামনা কৰিছোঁ। —সম্পাদক


এই শিতানত প্ৰকাশৰ বাবে আপুনি তোলা ছবিও আমালৈ পঠাব পাৰে। কমেও ১৪খন ছবি আমালৈ প্ৰেৰণ কৰক এই ঠিকনাত: photos@nilacharai.com” অথবা আপোনাৰ ছবি থকা ফটো শ্বেয়াৰিং চাইটৰ আপোনাৰ ষ্ট্ৰিমৰ ঠিকনা দি নীলা চৰাইত প্ৰকাশৰ বাবে অনুমতি সহ আমালৈ এটা ই-মেইল প্ৰেৰণ কৰক।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar