বৰদোৱা থান

অসমীয়া, বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ বাবে পৱিত্ৰ তীৰ্থস্থান, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান আলিপুখুৰীৰ নিকটৱৰ্তী তেৰাৰ কৰ্মস্থান বৰদোৱা বা বটদ্ৰৱা থানৰ দুটিমান দৃশ্য।


বটদ্ৰৱা থানৰ বৈশিষ্ট্যপূৰ্ণ দৌল উৎসৱৰ বিষয়ে পঢ়ক: বটদ্ৰৱাৰ দৌল উৎসৱ

আপোনাৰ আৰু ভাল লাগিব পাৰে:
পল্লৱপ্ৰাণ গোস্বামী

পল্লৱপ্ৰাণ গোস্বামী

'নীলা চৰাই'ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক। সাংস্কৃতিক কৰ্মী।

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

প্ৰথমে আপুনিয়েই মতামত দিয়ক!

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of