মুকুতা বৰাৰ কবিতা

Strive to be happy

তেজ আৰু ফাকুৰ ৰং
     একে হোৱাৰ সময়ত
হতাশা দুখ কান্দোন
     সঙ্গী হোৱাৰ সময়তো
আশা ৰাখোঁ,
সকলো সুখী হওক মনৰ জোখাৰে;
কিয়নো অতীজৰে পৰা এটি শিকনি
     মনত ৰাখোঁ—
    "With all its sham, drudgery and
   broken dreams
   it is still a beautiful world
   Be careful. Strive to be happy."

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz