বাঁহফুল ফুলিলে

img[ স্বপ্না ভট্টাচাৰ্য শৰ্মা ]

ভয় হয়
কিজানিবা বতাহ হেৰাই

শুনিছোঁ বাঁহ ফুলিলেই
আকাল আহে
জালিকটা ৰ’দে
তাকেই ক’লে,
ঢাপৰ বাঁহনিত যে
ফুল ফুলিলে
মই নেদেখাকৈয়ে!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

1 মন্তব্য on "বাঁহফুল ফুলিলে"

avatar
  চাবস্ক্ৰাইব কৰক  
newest oldest most voted
Notify of