দুজনা গুৰুৰ অঙ্কীয়া নাট আৰু পৰৱৰ্তী সময়ৰ অঙ্কীয়া নাটসমূহৰ তুলনামূলক বিশ্লেষণ

অসমীয়া নাট্য সাহিত্য আৰু নাট্যকলাৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া জাতিলৈ দি থৈ গ'ল এক অভিনৱ কলা সম্পদ— 'অঙ্কীয়া নাট'।

Read more