ফাগুন

[ তপন শইকীয়া ]

ধূলিয়ৰি বাট
সোঁৱৰণিৰ সৰাপাত
কলিজাৰ ৰং যেন পলাশৰ হেঁপাহ
লাজৰ আঁচল উৰুৱাই
তুমি আগুৱাই আহাঁ সংগোপনে

মোৰ বুকুলে’
মোৰ বুকুলে'


লেখকৰ ঠিকনা:
বৰালী গাঁও, কলিয়াবৰ

নীলা চৰাই . মাৰ্চ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz