বসন্তৰ স্তৱক

১.
চতুৱা ৰ’দত
গা-টঙাইছে বন-বিৰিখে
এতিয়া প্ৰকৃতি স-গৰ্ভা
ওঁ‌ঠে ওঁ‌ঠে হেঁপাহ সেউজীয়া।

২.
ওঁ‌ঠে ওঁ‌ঠে মিঠা সুহুৰি
অবুজ কুলি,
কিয়নো বিনাৱ পুৱতি নিশা
চিকুণ টোপনি ভাঙি।

লেখকৰ ঠিকনা: সৰুপথাৰ

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

2 Comments on "বসন্তৰ স্তৱক"

avatar
newest oldest most voted
Guest

বহুত ভাল লাগিল

Admin

ধন্যবাদ।