ডাউনলোড কৰক— ‘নীলা চৰাইৰ গল্প ১’

ডাউনলোড কৰক— ‘নীলা চৰাইৰ গল্প ১’
  • 06 Jan, 2014

গবঢ়োৱা হৈছে নীলা চৰাইত প্ৰকাশিত নিৰ্বাচিত গল্পৰ সংকলন ই-বুক ৰূপত— ‘নীলা চৰাইৰ গল্প ১’।

নীলা চৰাইৰ গল্প ১ৰ বেটুপাত

এই সংকলনত প্ৰকাশিত গল্প আৰু লেখকসকল হৈছে—

  • বাঁক. ইমৰান হুছেইন
  • অনুৰাগ. কুসুম বৰা
  • আপোচ. ধ্ৰুৱজ্যোতি শৰ্মা
  • বিচ্ছিন্নতা. ভূপেন শৰ্মা
  • পোষ্ট মডাৰ্ন: এটা গল্প অথবা অগল্প. লিখন নীল কোঁৱৰ
  • যাত্ৰা. ৰিপুঞ্জিত হাজৰিকা
  • প্রয়াণ. তুলিকা নিৰ্মলীয়া
  • চকু. অমিয়া বৰগোঁহাই
  • বাঘ. বনপংখী গোস্বামী
  • দাপোণ. মালিনী গোস্বামী
  • বৃষভ. কবিতা বৰা কলিতা
  • আবেলি. ধনজিৎ কলিতা
  • আধালিখা গল্পটো. মনোৰঞ্জন মজুমদাৰ

পৰৱৰ্তী সময়ত নীলা চৰাইৰ পৰা নিৰ্বাচিত লেখাৰে আন আন সংকলন ই-বুক ৰূপত প্ৰকাশ কৰাৰ পৰিকল্পনা কৰা হৈছে।

‘নীলা চৰাইৰ গল্প ১’ বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব। সংকলনটিৰ সম্পৰ্কত আপোনালোকৰ পৰ্যালোচনা জানিবলৈ পালে ভাল লাগিব।

ডাউনলোড কৰক— ‘নীলা চৰাইৰ গল্প ১’ | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook