মন্তব্য

সুহৃদ পঢ়ুৱৈ সমাজৰ দিহা-পৰামৰ্শ, আলোচনাই আমাৰ বাবে অতুল্য সম্পদ। ‘নীলা চৰাই’ আলোচনীখন সম্পৰ্কে ইয়াতে যদি এষাৰ কৈ যায় আমি পৰম অনুগৃহীত হ’ম।

সম্পাদক

সম্পাদক

editor@nilacharai.com

8
আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
6 Comment threads
2 Thread replies
0 Followers
 
Most reacted comment
Hottest comment thread
8 Comment authors
সম্পাদক Recent comment authors
  চাবস্ক্ৰাইব কৰক  
newest oldest most voted
Notify of
Guest

has been very good…a nice work..salute to all team members….can you also include a section: you would raise an important issue/debate and would ask for comments from the netizens……selected comments may be published in the next issue….

Guest

আপোনাৰ পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ। এই সম্পৰ্কত আমি আলোচনা কৰিছোঁ আৰু আশা কৰিছোঁ, সোনকালে এই ধৰণৰ বিভাগ এটা আৰম্ভ কৰিব পৰা যাব।

Guest
ড০ ইন্দ্ৰজিৎ বেজবৰুৱা

অসমীয়া ভাষা জগত সভালে যাব, উজ্জল সুউজ্জল কহিনুৰ পিন্ধি-জ্যোতি প্ৰসাদৰ চিন্তা লৈ,
নিলগৰ বন্ধু ওচৰৰ মিতা—-সকলোৰে মৰম কঢ়িয়াই ফুৰিছে, নীলা চৰাই জনীয়ে।  

Guest

সাম্প্ৰতিক সময়ৰ ঘটনাক বিভিন্ন দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰি প্ৰকাশ কৰিবলৈ আগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ কথা। বিতৰ্কিত বিষয় সন্নিবিষ্ট শেহতীয়া এখন কিতাপৰ ওপৰত বিশ্লেষণ প্ৰকাশ কৰিবলৈ আপোনালোক সাজু হৈছে বুলি জানি ভাল লাগিছে। প্ৰতি সংখ্যাতে সম্প্ৰতিক সময়ৰ একোটা বিষয় বাছি লৈ সেই সম্পৰ্কত তিনি চাৰিটাকৈ প্ৰবন্ধ প্ৰকাশ কৰিব পাৰিলে ই-আলোচনীৰ ক্ষেত্ৰলৈ এক জাগৰণ অচিৰেই আহিব।

Guest
Krishna Bargohain

Wishing a bright future of Nila Charai..waiting eagerly for the next issue…

Guest
হিমাংশু চহৰীয়া, মংগলদৈ, দৰং

ই আলোচনীখনৰ প্ৰতিটো খণ্ডই পঢ়িছো। প্ৰকাশিত লেখাসমূহৰ পৰা বহুতো কথা শিকিব পাৰিছো। আলোচনীখন সদায় এনেদৰেই জিলিকি থাকক….. তাৰেই কামনা কৰিলো।

Guest
kobiranjan das

ভাল লাগিল আপোনালোকৰ এই প্ৰচেষ্টা ।গল্প কেইটা পঢ়ি সচাকৈয়ে ভাল পালোঁ ।