ডাউনলোড কৰক— ‘নীলা চৰাইৰ গল্প ১’

nc-galpa01-cover300-450-2
ডাঙৰকৈ চাবলৈ ছবিত ক্লিক কৰক।

আগবঢ়োৱা হৈছে নীলা চৰাইত প্ৰকাশিত নিৰ্বাচিত গল্পৰ সংকলন ই-বুক ৰূপত— ‘নীলা চৰাইৰ গল্প ১’। এই সংকলনত প্ৰকাশিত গল্প আৰু লেখকসকল হৈছে—

  • বাঁক. ইমৰান হুছেইন
  • অনুৰাগ. কুসুম বৰা
  • আপোচ. ধ্ৰুৱজ্যোতি শৰ্মা
  • বিচ্ছিন্নতা. ভূপেন শৰ্মা
  • পোষ্ট মডাৰ্ন: এটা গল্প অথবা অগল্প. লিখন নীল কোঁৱৰ
  • যাত্ৰা. ৰিপুঞ্জিত হাজৰিকা
  • প্রয়াণ. তুলিকা নিৰ্মলীয়া
  • চকু. অমিয়া বৰগোঁহাই
  • বাঘ. বনপংখী গোস্বামী
  • দাপোণ. মালিনী গোস্বামী
  • বৃষভ. কবিতা বৰা কলিতা
  • আবেলি. ধনজিৎ কলিতা
  • আধালিখা গল্পটো. মনোৰঞ্জন মজুমদাৰ

পৰৱৰ্তী সময়ত নীলা চৰাইৰ পৰা নিৰ্বাচিত লেখাৰে আন আন সংকলন ই-বুক ৰূপত প্ৰকাশ কৰাৰ পৰিকল্পনা কৰা হৈছে।

‘নীলা চৰাইৰ গল্প ১’ বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব। সংকলনটিৰ সম্পৰ্কত আপোনালোকৰ পৰ্যালোচনা জানিবলৈ পালে ভাল লাগিব।

 

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

11 Comments on "ডাউনলোড কৰক— ‘নীলা চৰাইৰ গল্প ১’"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
Dhrubajyoti Nath
Guest

অতি সজ প্ৰচেষ্টা। নীলা চৰাইৰ অন্যান্য লেখনিও আমি ইবুক ৰূপত বিচাৰো। নীলা চৰাইৰ উত্তৰ উন্নতি কামনা কৰিলো। -ধ্ৰুৱজ্যোতি নাথ

PABITRA KR RAY
Guest

nilacharai sodai webor akashat urania chorai hai thakok.

PABITRA KR RAY
Guest

DUR DIGANTAT NILACHARAI
URI URI JOWK,
SOKOLAKE WEBAR BATORA DIOK.

Lucky prasad Sonowal.
Guest
Lucky prasad Sonowal.

নীলা চৰাই চিৰ ঞ্জীৱ হৈ ৰওক…..

deepak kumar borah
Guest

khub bhal lagil subhokamonery

krishnashri sonowal
Guest

“nila sorai” r golpobur pdf rupt pohibole pai vl lagil..“nila sorair” e uriboloi
ekhn bristito akakh pawk..huvokamona thkl

krishnashri sonowal
Guest

“nila sorai” r golpo bur pdf rupt pohi9bole pai vl lgl..“nila sorai”uriboloi ekhn bristito akakh pawk..huvokamona thkl
.

wpDiscuz