ডাঃ ঋতুৰাজ ভূঞাৰ ছবি

এই মাহৰ শিল্পীঃ ডাঃ ঋতুৰাজ ভূঞা

ডাঃ ঋতুৰাজ ভূঞা বৰ্তমান গুৱাহাটীস্থ ইন্টাৰনেচনেল হস্পিটেলত ই এন টি বিভাগৰ চিকিৎসক হিচাপে কৰ্মৰত। ফটোগ্ৰাফী নিচা হিচাপে আৰম্ভ কৰা শ্ৰীভূঞাৰ ফটো ৰাইজৰ মাজত সমাদৃত হৈছে। ডাঃ শেহতীয়াকৈ অভিনয়ৰ ক্ষেত্ৰখনতো জড়িত হৈ পৰিছে।

Email: dritzdcool@yahoo.com

শিল্পীৰ অধিক ফটো চাবলৈ পাব: ইয়াত


এই শিতানত প্ৰকাশৰ বাবে আপুনি তোলা ছবিও আমালৈ পঠাব পাৰে। কমেও ১৪খন ছবি আমালৈ প্ৰেৰণ কৰক এই ঠিকনাত: photos@nilacharai.com অথবা আপোনাৰ ছবি থকা ফটো শ্বেয়াৰিং চাইটৰ আপোনাৰ ষ্ট্ৰিমৰ ঠিকনা দি নীলা চৰাইত প্ৰকাশৰ বাবে অনুমতি সহ আমালৈ এটা ই-মেইল প্ৰেৰণ কৰক।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz