বেটুপাত আৰু অন্যান্য: মাৰ্চ ২০১২

img‘‘খেলক শিশুৰ দৰে

পৃথিৱীৰ চোতালে চোতালে

মানুহৰ মন ওপচক

সমাজৰ কৰণি ভৰক

নিঘুণী কোমল ফুলে ফুলে….’’

নৱকান্ত বৰুৱা

 ফাকুৱাৰ আনন্দ-উৎসৱৰ লগে লগে আমাৰো সেয়াই কামনা।

এই সংখ্যাৰ বেটুপাতৰ ছবি তুলিছে চন্দ্ৰমা কলিতাই (তিনিচুকীয়া)।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz