প্ৰণৱ কুমাৰ ওজাৰ ছবি

এই মাহৰ শিল্পীঃ প্ৰণৱ কুমাৰ ওজা

প্ৰণৱ কুমাৰ ওজা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অসামৰিক বিভাগৰ স্নাতক অষ্টম ষান্মাষিকৰ ছাত্ৰ। মাজে-সময়ে প্ৰবন্ধ-পাতি লিখাৰ লগতে ফটোগ্ৰাফীত শ্ৰীওজাৰ বিশেষ ৰাপ আছে।
ই-মেইল: pranabojah@yahoo.com

শিল্পীৰ অধিক ফটো চাবলৈ পাব: ইয়াত


এই শিতানৰ বাবে আমালৈ যথেষ্ট সংখ্যক ছবি আহিছে। প্ৰথমে অহা ভিত্তিত ছবিসমূহ পৰ্যায়ক্ৰমে প্ৰকাশ কৰি যোৱা হ'ব। সকলোৰে সহযোগিতা কামনা কৰিছোঁ। —সম্পাদক


এই শিতানত প্ৰকাশৰ বাবে আপুনি তোলা ছবিও আমালৈ পঠাব পাৰে। কমেও ১৪খন ছবি আমালৈ প্ৰেৰণ কৰক এই ঠিকনাত: photos@nilacharai.com” অথবা আপোনাৰ ছবি থকা ফটো শ্বেয়াৰিং চাইটৰ আপোনাৰ ষ্ট্ৰিমৰ ঠিকনা দি নীলা চৰাইত প্ৰকাশৰ বাবে অনুমতি সহ আমালৈ এটা ই-মেইল প্ৰেৰণ কৰক।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz