এক
জুই জ্বলিছে দেশত
অথচ ৰাজপথত পোৰা টায়াৰৰ দুৰ্গন্ধ নাই
জুইয়ে দহা নাই কাক
বহুবল্কী নেতাক
নে আৰু কাৰোবাক
জুইত জ্বলিব লাগিছে কবিতা,
কবিতাৰ বাপেক-মাক, ককায়েক
আৰু সিহঁতৰ পঁজা ঘৰ।
দুই
কবিতাৰ বাদে সকলো ছাই হৈ গ’ল
গাত জুই লৈয়ো কবিতাৰ কলিজা কঁপা নাই
তিনি
তাই জানে,
কবিতাই এৰিলেও
ঈক্ষণে এৰিব নোৱাৰে কবিতাক।
আৰু পঢ়ক
নায়ং গচ্ছতি ন আগচ্ছতি
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

এজন মানুহ আৰু এখন দুৱাৰ
মমতাজ আনচাৰি

সোণাৰুৰ হাঁহি
সত্যজিৎ গগৈ

মোক আচলতে কি লাগে
আৰমান হাজৰিকা

স্বীকাৰোক্তি
হিৰেন কুমাৰ দেৱ শৰ্মা
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
