নীলা চৰাই প্ৰিমিয়াম মডেল

নিৰ্বিঘ্নে পঢ়ক সাহিত্য, কোনো বিজ্ঞাপন অবিহনে

নীলা চৰাইৰ উচ্চমানৰ বৌদ্ধিক আৰু সাহিত্যিক লেখা, গল্প আৰু কবিতা পঢ়ক কোনো বাণিজ্যিক বিজ্ঞাপনৰ ব্যঘাৎ নোহোৱাকৈ।

১০০% বিজ্ঞাপনমুক্ত পাঠ

প্ৰবন্ধৰ মাজত কোনো Google বিজ্ঞাপন বা পপ-আপ নাথাকিব। সম্পূৰ্ণ মনোসংযোগেৰে সাহিত্য উপভোগ কৰক।

দ্ৰুত আৰু মসৃণ পৃষ্ঠা

বাহ্যিক বিজ্ঞাপনৰ গধুৰ স্ক্ৰিপ্ট বন্ধ থকাৰ ফলত প্ৰতিটো পৃষ্ঠা নিমেষতে লোড হয় আৰু ইন্টাৰনেট ডেটা সাঁচি ৰাখে।

সাহিত্যক প্ৰত্যক্ষ সমৰ্থন

আপোনাৰ বছৰেকীয়া সামান্য অৱদানে অসমীয়া ভাষাৰ এই মুক্ত সাহিত্যিক উদ্যোগটোক দীৰ্ঘদিন সজীৱ ৰখাত সহায় কৰে।

জনপ্ৰিয় বাচনি
১ বছৰৰ বিজ্ঞাপনমুক্ত সদস্যপদ

বাৰ্ষিক প্ৰিমিয়াম

₹৪৯৯/ বছৰত এবাৰ মাত্ৰ

(মাহে মাত্ৰ প্ৰায় ₹৪১.৫০ টকা)

  • সকলো লেখা, প্ৰবন্ধ আৰু কবিতা সম্পূৰ্ণ বিজ্ঞাপনমুক্তভাৱে পঢ়ক
  • পৃষ্ঠা ক্ষিপ্ৰভাৱে লোড হয় আৰু ডেটা সাঁচি ৰাখে
  • মোবাইল, টেব আৰু লেপটপ — সকলো ডিভাইচতে সুচল ব্যৱহাৰ
  • অসমীয়া ভাষা-সাহিত্যৰ সুস্থ বিকাশক নিৰন্তৰ প্ৰত্যক্ষ সমৰ্থন

* এই ইমেইলটোৰ সৈতে আপোনাৰ প্ৰিমিয়াম সদস্যপদ সংলগ্ন হ'ব, যাৰ দ্বাৰা আপুনি যিকোনো ডিভাইচতে নিৰ্বিঘ্নে পঢ়িব পাৰিব।

Razorpay ৰ জৰিয়তে ১০০% সুৰক্ষিত পে'মেণ্ট (UPI / Cards / NetBanking)

ইতিমধ্যে সদস্যপদ লৈছে নেকি? আপোনাৰ একাউণ্টত প্ৰৱেশ কৰক:

সঘনাই সোধা প্ৰশ্ন (FAQ)

সদস্যপদ সন্দৰ্ভত জানিবলগীয়া কথা

প্ৰিমিয়াম সদস্যপদ কেনেকৈ সক্ৰিয় হ'ব?

'এতিয়াই প্ৰিমিয়াম লওক' বুটামত ক্লিক কৰি Razorpay ৰ জৰিয়তে মাচুল আদায় দিয়াৰ লগে লগে আপোনাৰ ব্ৰাউজাৰত স্বয়ংক্ৰিয়ভাৱে বিজ্ঞাপন আঁতৰি যাব। কোনো অতিৰিক্ত অপেক্ষাৰ প্ৰয়োজন নাই।

পে'মেণ্টৰ বাবে কি কি সুবিধা উপলব্ধ?

Google Pay, PhonePe, Paytm, যিকোনো UPI এপ, ডেবিট/ক্ৰেডিট কাৰ্ড (RuPay, Visa, Mastercard) আৰু নেট বেংকিং সকলো ব্যৱহাৰ কৰিব পাৰি। পে'মেণ্ট সম্পূৰ্ণ সুৰক্ষিত।

আন এটা ফোন বা কম্পিউটাৰত সদস্যপদ ব্যৱহাৰ কৰিব পাৰিমনে?

হয়, নিশ্চিতভাৱে। আপুনি যিটো Google একাউণ্ট বা ইমেইল ব্যৱহাৰ কৰিছিল, আন যিকোনো ডিভাইচতো সেই একে একাউণ্টেৰে লগইন কৰি বিজ্ঞাপনমুক্ত সুবিধা লাভ কৰিব পাৰিব।

সহায় বা যোগাযোগৰ বাবে কি কৰিব লাগিব?

যিকোনো কাৰিকৰী অসুবিধাৰ বাবে আমাৰ যোগাযোগ পৃষ্ঠালৈ যাওক অথবা সম্পাদকৰ ইমেইললৈ বাৰ্তা প্ৰেৰণ কৰক। আমি খন্তেকতে সহায় কৰিম।