হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
১.
গানে কি আনে কি সানে
প্ৰাণত ঢালে ৰঙা তেজ
২.
পাহৰাৰ কথাই নাহে তোমাক
বুকুৰ মাজত অন্তহীন বিষাদ
৩.
জনতা আজি মৌন
প্ৰাণে প্ৰাণে তোমাৰ নাম
তোমাৰ গান
৪.
জুবিন গাৰ্গ,
তোমাৰ গানেৰে
আলোকিত আমাৰ পৃথিৱী
আৰু পঢ়ক
বগীনদী
কেশৱ চাও

কথা আছিল
মমতাজ আনচাৰি

পাহাৰীয়া ৰাস্তা এটাৰ বুকুৰে গৈ থাকোঁতে
দেৱাশিস হাজৰিকা

এদিন চছমাযোৰ নোহোৱাকৈ
পাপু মজুমদাৰ

এবাৰ আকাশলৈ চোৱা
মণ্টু মৰাণ
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
