নৈৰ কিনাৰত
স্কুলীয়া ছোৱালী তিনিজনী ৰৈ আছে
অৰুণাচলী পাহাৰৰ পৰা
বৈ অহা— বগীনদী
পানীৰ সোঁতে ঢৌ তুলিছে
খৰিবোৰ উটি আহিছে
লাহে-লাহে বাঢ়িছে গৰাখহনীয়া
সিপাৰে সিহঁতৰ চুবুৰি
নদী পাৰ হ’লেই
শৰণীয়া গাঁওখন দেখি
সিপাৰত থিয় হৈ
দেউতাকে চিঞৰিছে
নাহিবি
নাহিবি…
আৰু পঢ়ক
কথা আছিল
মমতাজ আনচাৰি

পাহাৰীয়া ৰাস্তা এটাৰ বুকুৰে গৈ থাকোঁতে
দেৱাশিস হাজৰিকা

এদিন চছমাযোৰ নোহোৱাকৈ
পাপু মজুমদাৰ

এবাৰ আকাশলৈ চোৱা
মণ্টু মৰাণ

ধূলিকণা মই
অনিৰ্বাণ দত্ত
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
