১
ঘৰবোৰৰ ওপৰেদি পানী
ইপাৰ সিপাৰ নমনি
২
ডাৱৰে ডাৱৰে বিস্ফোৰণ
পাহাৰে পাহাৰে ভূমিস্খলন
৩
চাৰিওফালে হাহাকাৰ
পানীত সোঁত
নদীত সোঁত
ঘৰত সোঁত
৪
উজনি নামনি
এতিয়া একো নমনি
কাল হৈ বাঢ়িছে বান
আৰু পঢ়ক
মই
ঋতুপৰ্ণ শৰ্মা

সময়ান্তৰ
প্ৰদীপ দাস

দুটা কবিতা
সূতপুত্ৰ ৰাধেয়

কবিতা
অনিৰ্বাণ দত্ত

নায়ং গচ্ছতি ন আগচ্ছতি
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
