উঠি আহিলো শ্যামল স্বৰ্গচিৰিৰে
চহৰখন এৰি
ওপৰলৈ চাই উঠি থাকোঁতে
গছমানৱবোৰ পিছ পৰি গ’ল
এজন দুজনকৈ
এতিয়া পিছে অকলশৰীয়া পথ
নিৰ্জন
নিৰ্বিকাৰ
সকলোৱে চাইছে মোৰ ফালে
সূৰ্যমুখী হৈ
মই জ্বলিছোঁ অকলে
সূৰ্য মুখী হৈ
আৰু পঢ়িব পাৰে
দূবৰি
পল্লৱ কুমাৰ নাথ
কিমান নিষ্ঠুৰ
সঁজাত থকা চৰাইজনীক
উৰাৰ সপোন দেখুওৱাজন
তাতকৈও চাগে নিষ্ঠুৰ
যি উৰিব পৰা চৰাইজনীক
সঁজাত ভৰাই থৈছিল
কিমান নিষ্ঠুৰ চাগে তেওঁ
যি সঁজাটো সাজে
চৰাইক বন্দী কৰিবলৈ
আৰু পঢ়ক
কবিতা
অনিৰ্বাণ দত্ত

নায়ং গচ্ছতি ন আগচ্ছতি
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

এজন মানুহ আৰু এখন দুৱাৰ
মমতাজ আনচাৰি

সোণাৰুৰ হাঁহি
সত্যজিৎ গগৈ

মোক আচলতে কি লাগে
আৰমান হাজৰিকা
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক

