সেই যে শৰতৰ নিস্তেজ চাদৰ গাত লৈ
গছজোপাৰ তলত আছে ৰৈ
সেয়া বসন্ত তোমাৰ নিজৰ ঘৰৰ—
তাক চকুপানীৰে সেউজ কৰা।
• বচিৰ বদ্ৰ
যি মৰহিছে শৰতত মই সেইপাহ ফুল,
নহওঁ কাৰোবাৰ পোছাকত খামুচি ধৰা কাঁইট।
• আকবৰ এলাহাবাদী
দুখৰো নিজা সৌন্দৰ্য আছে, মাথোঁ সুখৰে নহয়
সজাইছে মোক শৰতে আৰু তোমাক বসন্তই।
• ইজতিবা ৰিজৱী
আৰু পঢ়ক
শৰৎকাল
প্ৰকল্প ৰঞ্জন ভাগৱতী

মেঘমুক্ত আকাশ
মণ্টু মৰাণ

শৰতৰ এদিন
ৰাজুমণি বৰুৱা

গীতৰ আঁৰৰ গদ্য: শৰতৰ শেৱালিৰ নতুন নিয়ৰে
ড° ভূপেন হাজৰিকা

পূজা আহিছে
তপন শইকীয়া
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...
