ধূলিকণা মই—

পোহৰে নোৱাৰে,
আন্ধাৰে নোৱাৰে,
পানীয়েও নোৱাৰে
মচি পেলাব।

জাৰে, জহে
পৰি থাকোঁ
নীৰৱে।

এদিন
মোকে বুকুত লৈ
উৰিব ধুমুহা—
ঘূৰিব মহুৰা।

সেই অপেক্ষাত—

আজি যদি শোটাত
কাইলৈ জোতাত।

আৰু পঢ়ক
খুচুৰা

খুচুৰা

নয়ন মণি মিশ্ৰ

বিপন্ন সময়

বিপন্ন সময়

উৎপল বৰকটকী

তেওঁক লগ পোৱাৰ দিনা

তেওঁক লগ পোৱাৰ দিনা

সৌৰভজ্যোতি কলিতা

ৰান্ধনী তিৰোতাবোৰ

ৰান্ধনী তিৰোতাবোৰ

পল্লৱপ্ৰাণ গোস্বামী

ধূলিকণা মই | অনিৰ্বাণ দত্ত

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক