নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

(১৮ জুনৰ বিশ্ব পিতৃ দিৱসৰ অনুভৱ সাঙুৰি)

মোৰ দেউতা, মোৰ ডেউকা।
—হয়তো তোমাৰো!

ডেউকা-ভগাজনক সোধাগৈ,— জীৱনত তেওঁ কি হেৰুৱাইছে

শহুৰৰ পদূলিত বোৱাৰীজনীক সুধিবা,
দেউতাকৰ ঘামত ওমলা শৈশৱ তেওঁ ঘূৰাই পাব জানো?

দেউতা,
তোমাক কেৱল পিতৃ দিৱসতে সামৰিব নোৱাৰোঁ
তোমাক সুঁৱৰিবলৈ মোক নেলাগে কোনো দিৱস অথবা অনুষ্ঠান।

তুমিয়ে কোৱা,—
হাওঁফাওঁক লাগে জানো অক্সিমিটাৰ অথবা তাৰ মাপকাঠি?

❧ | অধিক কবিতা:

এই লেখকৰ সকলো লেখা চাওক →
দেউতা | ড° অৰূপ কুমাৰ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

কবিতা

কবিতা