১.
কাৰো প্ৰতি মোৰ কোনো অভিযোগ নাই
উতনুৱা মনটোৱেহে মাথোঁ কিয় বুজা নাই!
২.
ইমান বেছি বেয়া বুলিও নাভাবোঁ নিজকে
তথাপি ভাল বুলিনো মোক ভাবে কিমানে?
৩.
মূৰ দোৱাম, কিন্তু কাৰ চৰণত
যদিহে নাই মোৰেই প্ৰতিমূৰ্তি সমুখত।
৪.
দিয়া আদেশ শাস্তিৰ, ৰৈ আছোঁ অভাজন
কৰিছাই থিৰ যদি কাৰাবাস যাৱজ্জীৱন।
৫.
প্ৰকৃত বন্ধু কোন মই চিনি পোৱা হৈছোঁ
শতৰুক এতিয়া মই বন্ধু মানিবলৈ লৈছোঁ।
❧ | অধিক কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...