নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

ঘৰবোৰৰ ওপৰেদি পানী

ঘৰবোৰৰ ওপৰেদি পানী

১
ঘৰবোৰৰ ওপৰেদি পানী
ইপাৰ সিপাৰ নমনি

২
ডাৱৰে ডাৱৰে বিস্ফোৰণ
পাহাৰে পাহাৰে ভূমিস্খলন

৩
চাৰিওফালে হাহাকাৰ
পানীত সোঁত
নদীত সোঁত
ঘৰত সোঁত

৪
উজনি নামনি
এতিয়া একো নমনি
কাল হৈ বাঢ়িছে বান

আৰু পঢ়ক
মই

মই

ঋতুপৰ্ণ শৰ্মা

সময়ান্তৰ

সময়ান্তৰ

প্ৰদীপ দাস

দুটা কবিতা

দুটা কবিতা

সূতপুত্ৰ ৰাধেয়

কবিতা

কবিতা

অনিৰ্বাণ দত্ত

নায়ং গচ্ছতি ন আগচ্ছতি

নায়ং গচ্ছতি ন আগচ্ছতি

ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

এই লেখকৰ অধিক লেখা পঢ়ক

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: