নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

নীলা চৰাই প্ৰিমিয়াম

নিৰ্বিঘ্নে পঢ়ক, কোনো বিজ্ঞাপন অবিহনে

নীলা চৰাইৰ উচ্চমানৰ বৌদ্ধিক লেখা, গল্প আৰু কবিতা পঢ়ক কোনো বাণিজ্যিক বিজ্ঞাপনৰ ব্যাঘাত নোহোৱাকৈ।

১০০% বিজ্ঞাপনমুক্ত পাঠ

প্ৰবন্ধৰ মাজত কোনো Google বিজ্ঞাপন বা পপ-আপ নাথাকিব। সম্পূৰ্ণ মনোসংযোগেৰে সাহিত্য উপভোগ কৰক।

দ্ৰুত আৰু মসৃণ পৃষ্ঠা

বাহ্যিক বিজ্ঞাপনৰ গধুৰ স্ক্ৰিপ্ট বন্ধ থকাৰ ফলত প্ৰতিটো পৃষ্ঠা নিমিষতে লোড হয় আৰু ইন্টাৰনেট ডেটা সাঁচি ৰাখে।

সাহিত্যক প্ৰত্যক্ষ সমৰ্থন

আপোনাৰ সামান্য অৱদানে অসমীয়া ভাষাৰ এই সাহিত্যিক উদ্যমটোক দীৰ্ঘদিন সজীৱ কৰি ৰখাত সহায় কৰিব। মাহেকীয়া বা বাৰ্ষিক যিকোনো প্লেন বাছি লওক।

আপোনাৰ সদস্যপদ প্লেন বাছক

তলৰ যিকোনো এটা প্লেন বাছি নিৰ্বিঘ্নে আৰু সম্পূৰ্ণ বিজ্ঞাপনহীনভাৱে অসমীয়া সাহিত্য উপভোগ কৰক।

মাহেকীয়া সদস্যপদ

শুভাকাংক্ষী

সাহিত্য অনুৰাগীৰ বাবে

₹৯৯/ মাহে
  • সকলো লেখা সম্পূৰ্ণ বিজ্ঞাপনমুক্তভাৱে পঢ়ক
  • পৃষ্ঠা ক্ষিপ্ৰভাৱে লোড হয় আৰু ডেটা সাঁচি ৰাখে
  • মোবাইল, টেব আৰু লেপটপ — সকলো ডিভাইচতে সুচল ব্যৱহাৰ
  • ‘কেৱল সদস্যৰ বাবে’ লেখা (Subscriber-Only Content) পঢ়াৰ সুবিধা
জনপ্ৰিয় বাছনি • সৰ্বাধিক মিতব্যয়ী
১ বছৰৰ সদস্যপদ

বাৰ্ষিক সদস্য

নিয়মীয়া পাঠক আৰু সাহিত্য অনুৰাগীৰ বাবে

₹৪৯৯/ বছৰত এবাৰ মাত্ৰ
  • সকলো লেখা সম্পূৰ্ণ বিজ্ঞাপনমুক্তভাৱে পঢ়ক
  • পৃষ্ঠা ক্ষিপ্ৰভাৱে লোড হয় আৰু ডেটা সাঁচি ৰাখে
  • মোবাইল, টেব আৰু লেপটপ — সকলো ডিভাইচতে সুচল ব্যৱহাৰ
  • ‘কেৱল সদস্যৰ বাবে’ লেখা (Subscriber-Only Content) পঢ়াৰ সুবিধা
বিশেষ পৃষ্ঠপোষকতা

পৃষ্ঠপোষক

আজীৱন সদস্যপদ আৰু সাহিত্যৰ আজীৱন সমৰ্থক

₹৯,৯৯৯/ এবাৰেই মাত্ৰ
  • সকলো লেখা সম্পূৰ্ণ বিজ্ঞাপনমুক্তভাৱে পঢ়ক
  • পৃষ্ঠা ক্ষিপ্ৰভাৱে লোড হয় আৰু ডেটা সাঁচি ৰাখে
  • মোবাইল, টেব আৰু লেপটপ — সকলো ডিভাইচতে সুচল ব্যৱহাৰ
  • ‘কেৱল সদস্যৰ বাবে’ লেখা (Subscriber-Only Content) পঢ়াৰ সুবিধা
  • নীলা চৰাই ৱেবচাইটৰ পৃষ্ঠপোষক পৃষ্ঠাত নাম প্ৰদৰ্শন (সন্মতি সাপেক্ষে)
Razorpay-ৰ জৰিয়তে ১০০% সুৰক্ষিত পে'মেণ্ট (UPI / Google Pay / PhonePe / Cards / NetBanking)
সঘনাই সোধা প্ৰশ্ন (FAQ)

সদস্যপদ সন্দৰ্ভত

সদস্যপদৰ প্লেনসমূহ কি কি আৰু তাৰ পাৰ্থক্য কি? ▾

নীলা চৰাইত বৰ্তমান তিনিটা সুবিধাজনক সদস্যপদ প্লেন আছে:

  • শুভাকাংক্ষী (মাহে ৯৯ টকা): প্ৰতিমাহে নৱীকৰণযোগ্য, ১০০% বিজ্ঞাপনহীন আৰু কেৱল সদস্যৰ বাবে সংৰক্ষিত লেখা পঢ়াৰ সুবিধা।
  • বাৰ্ষিক সদস্য (৪৯৯ টকা / বছৰত মাত্ৰ এবাৰ): গোটেই বছৰৰ বাবে নিশ্চিন্ত পাঠ, ডেটা আৰু সময়ৰ ৰাহি, সবাতোকৈ জনপ্ৰিয় প্লেন।
  • পৃষ্ঠপোষক (৯,৯৯৯ টকা / আজীৱন সদস্যপদ): অসমীয়া সাহিত্যৰ আন্তৰিক পৃষ্ঠপোষক হিচাপে আজীৱন প্ৰৱেশাধিকাৰ আৰু ৱেবচাইটৰ পৃষ্ঠপোষক পৃষ্ঠাত নাম প্ৰদৰ্শনৰ সন্মান।
প্ৰিমিয়াম সদস্যপদ কেনেকৈ সক্ৰিয় হ'ব? ▾

'শুভাকাংক্ষী হওক' বা 'বাৰ্ষিক সদস্য হওক' বা 'পৃষ্ঠপোষক হওক' বুটামত ক্লিক কৰি Razorpay-ৰ জৰিয়তে মাচুল আদায় দিয়াৰ লগে লগে আপোনাৰ ব্ৰাউজাৰৰ পৰা বিজ্ঞাপন আঁতৰি যাব আৰু ‘কেৱল সদস্যৰ বাবে’ লেখাসমূহ মুক্ত হৈ পৰিব। প্ৰয়োজন হ’লে এবাৰ ব্ৰাউজাৰ ৰিফ্ৰেশ্ব কৰক।

পে'মেণ্টৰ বাবে কি কি সুবিধা আছে? ▾

Google Pay, PhonePe, Paytm, যিকোনো UPI এপ, ডেবিট/ক্ৰেডিট কাৰ্ড (RuPay, Visa, Mastercard) আৰু নেট বেংকিং— সকলো ব্যৱহাৰ কৰিব পাৰি। পে'মেণ্ট সম্পূৰ্ণ সুৰক্ষিত।

আন এটা ফোন বা কম্পিউটাৰত সদস্যপদ ব্যৱহাৰ কৰিব পাৰিমনে? ▾

হয়, নিশ্চিতভাৱে। আপুনি যিটো Google একাউণ্ট বা ইমেইল ব্যৱহাৰ কৰিছিল, আন যিকোনো ডিভাইচতো সেই একে একাউণ্টেৰে লগইন কৰি বিজ্ঞাপনমুক্ত সুবিধা লাভ কৰিব পাৰিব।

সহায় বা যোগাযোগৰ বাবে কি কৰিব লাগিব? ▾

যিকোনো কাৰিকৰী অসুবিধাৰ বাবে আমাৰ যোগাযোগ পৃষ্ঠালৈ যাওক অথবা সম্পাদকৰ ইমেইললৈ বাৰ্তা প্ৰেৰণ কৰক।