নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

তোমাৰ গানেৰে

তোমাৰ গানেৰে

হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

১.
গানে কি আনে কি সানে
প্ৰাণত ঢালে ৰঙা তেজ

২.
পাহৰাৰ কথাই নাহে তোমাক
বুকুৰ মাজত অন্তহীন বিষাদ

৩.
জনতা আজি মৌন
প্ৰাণে প্ৰাণে তোমাৰ নাম
তোমাৰ গান

৪.
জুবিন গাৰ্গ,
তোমাৰ গানেৰে
আলোকিত আমাৰ পৃথিৱী

আৰু পঢ়ক
বগীনদী

বগীনদী

কেশৱ চাও

এই লেখকৰ সকলো লেখা চাওক →
তোমাৰ গানেৰে | উদয় শইকীয়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...