নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

নৈৰ কিনাৰত
স্কুলীয়া ছোৱালী তিনিজনী ৰৈ আছে
অৰুণাচলী পাহাৰৰ পৰা
বৈ অহা— বগীনদী

পানীৰ সোঁতে ঢৌ তুলিছে
খৰিবোৰ উটি আহিছে
লাহে-লাহে বাঢ়িছে গৰাখহনীয়া

সিপাৰে সিহঁতৰ চুবুৰি
নদী পাৰ হ’লেই
শৰণীয়া গাঁওখন দেখি

সিপাৰত থিয় হৈ
দেউতাকে চিঞৰিছে
নাহিবি
নাহিবি…

আৰু পঢ়ক
কথা আছিল

কথা আছিল

মমতাজ আনচাৰি

এই লেখকৰ সকলো লেখা চাওক →
বগীনদী | কেশৱ চাও

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: