নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

জোনাক নিশা
নৈৰ বুকুৱেদি বৈ যায়
এজাক ৰূপালী পোহৰ,
স্মৃতি আৰু বৰ্তমানৰ আলিত বহি
সপোন দেখিছোঁ ভবিষ্য়তৰ।

হিৰন্ময় হেমন্তই
আনিছে শীতৰ বতৰা
উজাগৰী নিশা কটাই
আছোঁ ৰৈ—
তুমি আহিবা।

হে নতুন, তুমি আশা ভৰা—
ক’লা শব্দবোৰ আৰু নাথাকিব
মোৰ বন্ধ কোঠাৰ খিৰিকী খুলি আছোঁ ৰৈ
পোহৰৰ প্ৰতিশ্ৰুতিবোৰ 
ধূসৰ প্ৰভাতৰ কিৰণ নামিব।

সেউজীয়া সপোনবোৰ
সযতনে সাঁচি ৰাখিছোঁ
জীৱনক ভাল পাবলৈ লোৱাৰ পৰাই 
পৃথিৱীৰ প্ৰেমিক 
হৈ পৰিছোঁ।

❧ | আৰু পঢ়ক:

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

মূৰ্তি

মূৰ্তি

শৰৎকাল

শৰৎকাল

পাধানি ধানিচা

পাধানি ধানিচা