ইমান সৰু ঘৰ। একোৱেই নাটে।
চোৱা, ভাৰ বান্ধি যে ভালপোৱা আনিলা ইমানবোৰ
ক’ত থওঁ এতিয়া।
সকলোৱেই ডাঙৰ ডাঙৰ ঘৰত থাকে ভাই
মোৰ ঘৰটোহে সৰু
সকলো হাঁহি-মাতি থাকে ভোজে-ভাতে খাই
কাণখোৱাৰহে নজ্বলে চৰু।
ঘৰটো তেনেই উদং
তাতো নবলে বা। উধৰ পৰা মূধলৈ একো নাই,
তাতো নোজোৰে গা।
হুটা সুৰে গান জোৰে তাতে
ভৰে নিশা পৰে পৰে চা চা-ৰে-গা-মা-পা-ধা-নি-চা
কাণখোৱাৰ পা-ধা-নি
কাণখোৱাৰ ধা-নি-চা
কি কাণ্ড দেখিছা…
কি কাণ্ড দেখিছা…
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...