নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

লাচিতৰ আহ্বান: জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ আবৃত্তি

লাচিতৰ আহ্বান: জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ আবৃত্তি

জা তীয় বীৰ লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যক সোঁৱৰণ কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল— ‘লাচিতৰ অহ্বান’। কবিতাটি বিভিন্নজনে বিভিন্ন পৰিৱেশত আবৃত্তি কৰি আহিছে।

লাচিত দিৱস (২৪ নৱেম্বৰ)ৰ শুভ ক্ষণত ‘নীলা চৰাই’-এ নিৱেদন কৰিছে হেমচন্দ্ৰ বৰাই আবৃত্তি কৰা ‘লাচিতৰ আহ্বান’।

লাচিতৰ আহ্বান

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ আবৃত্তি
আবৃত্তি: প্ৰয়াত হেমচন্দ্ৰ বৰা, কলিয়াবৰ
প্ৰযোজনা: নীলা চৰাই

❧ | পঢ়ক: লাচিতৰ আহ্বান কবিতাৰ সম্পূৰ্ণ পাঠ

এই লেখকৰ সকলো লেখা চাওক →
লাচিতৰ আহ্বান: জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ আবৃত্তি | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: