নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ দ্বিতীয় খণ্ড ৬ অক্টোবৰত

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ দ্বিতীয় খণ্ড ৬ অক্টোবৰত

২ ৯ ছেপ্তেম্বৰ ২০১৯, দেওবাৰৰ পৰা নীলা চৰাইত এটি নতুন শিতান সংযোজিত হৈছে। নীলা চৰাইৰ পাঠকক হাঁহিৰ খোৰাক যোগাবলৈ আহি উপস্থিত হৈছে গল্পকাৰ-ঔপন্যাসিক ধ্ৰুৱজ্যোতি শৰ্মা। প্ৰতি দেওবাৰে পুৱা ১০. ১০ বজাত শ্ৰীশৰ্মাই শুনাব ‘ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড’ৰ একোটা অধ্যায়।

প্ৰথম খণ্ডৰ ‘বুমেৰাং’ বোলা অধ্যায়ত বহুবল্কী স্বামীৰ কি অৱস্থা হ’ল, ৰাইজে জানিলে। ৬ অক্টোবৰত শ্ৰীশৰ্মাই জনাব ছিঙাৰা খোৱাৰ নতুন নিয়ম বা প্ৰকাৰৰ বিষয়ে। আপুনি অনেক বাৰ অসংখ্য ছিঙাৰা খাইছে, কিন্তু এইদৰে খাই পাইছেনে? জানক, ৬ অক্টোবৰৰ পুৱা ১০. ১০ বজাত।

যদি আপুনি ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ প্ৰথম খণ্ডটি এতিয়াও পঢ়া নাই, তেনেহ’লে এতিয়াই পঢ়ি লওক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ১: বুমেৰাং

এই লেখকৰ সকলো লেখা চাওক →
ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ দ্বিতীয় খণ্ড ৬ অক্টোবৰত | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...