নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

সময়ে যেতিয়া কথা কয়

সময়ে যেতিয়া কথা কয়

সময়ে যেতিয়া কথা কয়

কাণ পাতি শুনে নদীয়ে
বতাহে
গছ-বিৰিখে
পশু-পখীকুলে

আমাৰ কিন্তু সময় নহয়

সময়ৰো সময় নাথাকে
ৰৈ থকাৰ

এনেকৈয়ে পাৰ হৈ যায়
সময়

আৰু এদিন…

সময় হৈ যায় আমাৰ

মুখামুখি হোৱাৰ
সময়ৰ সৈতে

এই লেখকৰ সকলো লেখা চাওক →
সময়ে যেতিয়া কথা কয় | মমতাজ আনচাৰি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...