অ সমীয়া, বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ বাবে পৱিত্ৰ তীৰ্থস্থান, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান আলিপুখুৰীৰ নিকটৱৰ্তী তেৰাৰ কৰ্মস্থান বৰদোৱা বা বটদ্ৰৱা থানৰ দুটিমান দৃশ্য।
❧ | বটদ্ৰৱা থানৰ বৈশিষ্ট্যপূৰ্ণ দৌল উৎসৱৰ বিষয়ে পঢ়ক: বটদ্ৰৱাৰ দৌল উৎসৱ