আ গবঢ়োৱা হৈছে নীলা চৰাইত প্ৰকাশিত নিৰ্বাচিত গল্পৰ সংকলন ই-বুক ৰূপত— ‘নীলা চৰাইৰ গল্প ১’।

এই সংকলনত প্ৰকাশিত গল্প আৰু লেখকসকল হৈছে—
- বাঁক. ইমৰান হুছেইন
- অনুৰাগ. কুসুম বৰা
- আপোচ. ধ্ৰুৱজ্যোতি শৰ্মা
- বিচ্ছিন্নতা. ভূপেন শৰ্মা
- পোষ্ট মডাৰ্ন: এটা গল্প অথবা অগল্প. লিখন নীল কোঁৱৰ
- যাত্ৰা. ৰিপুঞ্জিত হাজৰিকা
- প্রয়াণ. তুলিকা নিৰ্মলীয়া
- চকু. অমিয়া বৰগোঁহাই
- বাঘ. বনপংখী গোস্বামী
- দাপোণ. মালিনী গোস্বামী
- বৃষভ. কবিতা বৰা কলিতা
- আবেলি. ধনজিৎ কলিতা
- আধালিখা গল্পটো. মনোৰঞ্জন মজুমদাৰ
পৰৱৰ্তী সময়ত নীলা চৰাইৰ পৰা নিৰ্বাচিত লেখাৰে আন আন সংকলন ই-বুক ৰূপত প্ৰকাশ কৰাৰ পৰিকল্পনা কৰা হৈছে।
‘নীলা চৰাইৰ গল্প ১’ বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব। সংকলনটিৰ সম্পৰ্কত আপোনালোকৰ পৰ্যালোচনা জানিবলৈ পালে ভাল লাগিব।
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক