ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ তৃতীয় খণ্ড ১৩ অক্টোবৰত

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ তৃতীয় খণ্ড ১৩ অক্টোবৰত
  • 12 Oct, 2019

নী লা চৰাইৰ পাঠকক হাঁহিৰ খোৰাক যোগাবলৈ প্ৰতি দেওবাৰে আহি উপস্থিত হয় গল্পকাৰ-ঔপন্যাসিক ধ্ৰুৱজ্যোতি শৰ্মা। দেওবাৰে পুৱা ১০.১০ বজাত শ্ৰীশৰ্মাই শুনায় ‘ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড’ৰ একোটা অধ্যায়।

ইতিমধ্যে বহুবল্কী স্বামীৰ অৱস্থা আৰু ছিঙাৰা খোৱাৰ নতুন নিয়ম বা প্ৰকাৰৰ বিষয়ে শ্ৰীশৰ্মাই জনাইছে। ১৩ অক্টোবৰ দেওবাৰে শ্ৰীশৰ্মাই কি শুনাব? ইণ্টাৰনেটত লিক হোৱা খবৰ অনুসৰি এটা বিলাতী কুকুৰক কেন্দ্ৰ কৰি পৰৱৰ্তী অধ্যায় ৰচিত হৈছে।

যদি আপুনি ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ দ্বিতীয় খণ্ডটি এতিয়াও পঢ়া নাই, তেনেহ’লে এতিয়াই পঢ়ি লওক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ২: কৃপণ-পুৰাণ

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ তৃতীয় খণ্ড ১৩ অক্টোবৰত | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক