জা তীয় বীৰ লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যক সোঁৱৰণ কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল— ‘লাচিতৰ অহ্বান’। কবিতাটি বিভিন্নজনে বিভিন্ন পৰিৱেশত আবৃত্তি কৰি আহিছে।
লাচিত দিৱস (২৪ নৱেম্বৰ)ৰ শুভ ক্ষণত ‘নীলা চৰাই’-এ নিৱেদন কৰিছে হেমচন্দ্ৰ বৰাই আবৃত্তি কৰা ‘লাচিতৰ আহ্বান’।
লাচিতৰ আহ্বান
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ আবৃত্তি
আবৃত্তি: প্ৰয়াত হেমচন্দ্ৰ বৰা, কলিয়াবৰ
প্ৰযোজনা: নীলা চৰাই
❧ | পঢ়ক: লাচিতৰ আহ্বান কবিতাৰ সম্পূৰ্ণ পাঠ