মুঠি মুঠিকৈ সৰি পৰে ধূসৰিত সময়
ধানৰ মুঠিৰ পৰা যিদৰে হয় পতান নিষ্কাষ

তোমাৰ মুঠি নিগৰা কাঁচিয়লিৰ বাবেই
ভাল পাবলৈ শিকিলো এৰা পৰলীয়া শব্দবোৰ
মাঝিৰ ডিঙাত যেন জীৱন সুৰ

দুমুঠি শব্দৰে জুখিব নোৱাৰি
মেঘ মাটি আৰু মানুহৰ সহৃদয়তা যেনেকৈ নোৱাৰি জুখিব
তোমাৰ হৃদয়তা জীৱনৰ সৈতে

হীৰুদালৈ | বৰ্ণালী দেউৰী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: