গ ল্পকাৰ-ঔপন্যাসিক ধ্ৰুৱজ্যোতি শৰ্মা প্ৰতি দেওবাৰে নীলা চৰাইৰ পাঠকৰ বাবে হাঁহিৰ সম্ভাৰ লৈ উপস্থিত হয়হি । দেওবাৰে পুৱা ১০.১০ বজাত শ্ৰীশৰ্মাই শুনায় ‘ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড’ৰ একোটা অধ্যায়। যোৱা দেওবাৰে পাঠ কৰা হ’ল ‘কুকুৰ-পুৰাণ’।
অহা ২০ অক্টোবৰত শ্ৰীশৰ্মা উপস্থিত হ’বহি ‘গাঁঠি-পুৰাণ’ লৈ। যদি আপুনি ‘ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড’ৰ আগৰ খণ্ডকেইটা এতিয়াও পঢ়া নাই, তেনেহ’লে চতুৰ্থ খণ্ড অহাৰ আগতেই পঢ়ি লওক:
ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ১: বুমেৰাং
ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ২: কৃপণ-পুৰাণ
ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৩: কুকুৰ-পুৰাণ
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।