নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

বিশ্ব পৰিৱেশ দিৱস ২০১৯: বায়ু প্ৰদূষণ ৰোধৰ আহ্বান

বিশ্ব পৰিৱেশ দিৱস ২০১৯: বায়ু প্ৰদূষণ ৰোধৰ আহ্বান

ৰা ষ্ট্ৰসংঘই ১৯৭৪ চনৰ পৰা ৫ জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস (World Environment Day) হিচাপে পালন কৰি আহিছে। তেতিয়াৰ পৰা ১০০তকৈ অধিক দেশত পৰিৱেশ দিৱস পালিত হৈ আহিছে।

পৰিৱেশৰ দূষণৰ প্ৰতি দৃষ্টি আকৰ্ষণৰ বাবে প্ৰতি বছৰে বিশেষ একোটা বিষয়ক সেই বৰ্ষৰ থিম হিচাপে বাছি লোৱা হয়। এই বছৰ (২০১৯) এই বিষয় হৈছে ‘বায়ু প্ৰদূষণ ৰোধ কৰক’ (Beat Air Pollution)। এই থিমৰ জৰিয়তে আমাৰ বায়ুমণ্ডল কি ধৰণে প্ৰদূষিত হৈছে সেই বিষয়ে সজাগতা সৃষ্টি কৰিব বিচৰা হৈছে আৰু ব্যক্তিগত উদ্যমত বায়ু প্ৰদূষণ কিদৰে সীমিত কৰি ৰাখিব পৰা যায় সেই বিষয়ে জনজাগৰণ কৰিব বিচৰা হৈছে। এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল কাৰ্যসূচী চীন দেশত অনুষ্ঠিত হ’ব।

❧ | আৰু পঢ়ক: বিশ্ব পৰিৱেশ দিৱসৰ চিন্তা: পৰিৱেশ প্ৰদূষণৰ ভয়াবহতা

বিশ্ব পৰিৱেশ দিৱসৰ এই আহ্বানৰ প্ৰতি ইণ্টাৰনেট জগততো যথেষ্ট চৰ্চা হোৱা দেখা গৈছে। দেশ নিৰ্বিশেষে এই আহ্বানক সঁহাৰি জনাইছে অনেক লোকে। সামাজিক মাধ্যম (social media)ত উপলব্ধ কিছু সঁহাৰি আমি একগোট কৰি আগবঢ়াইছোঁ।

ব্যৱহৃত ছবি worldenvironmentday.global-অৰ সৌজন্যত। ব্যৱহৃত লগ’সমূহৰ স্বত্ত্ব সংশ্লিষ্ট কৰ্তৃপক্ষৰ।
এই লেখকৰ সকলো লেখা চাওক →
বিশ্ব পৰিৱেশ দিৱস ২০১৯: বায়ু প্ৰদূষণ ৰোধৰ আহ্বান | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...