২৯ ছেপ্তেম্বৰৰ পৰা নতুন শিতান: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড

২৯ ছেপ্তেম্বৰৰ পৰা নতুন শিতান: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড

২ ৯ ছেপ্তেম্বৰ ২০১৯ তাৰিখ, দেওবাৰৰ পৰা নীলা চৰাইত এটি নতুন শিতান সংযোজিত হ’ব। নীলা চৰাইৰ পাঠকক হাঁহিৰ খোৰাক যোগাবলৈ আহি উপস্থিত হৈছে গল্পকাৰ-ঔপন্যাসিক ধ্ৰুৱজ্যোতি শৰ্মা। প্ৰতি দেওবাৰে পুৱা ১০.১০ বজাত শ্ৰীশৰ্মাই শুনাব ‘ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড’ৰ একোটা অধ্যায়। ‘বুমেৰাং’ বোলা অধ্যায়েৰে এইভাগ শাস্ত্ৰৰ আৰম্ভণি ঘটিব। সকলো সাজু,— অপেক্ষা মাথোঁ দেওবাৰৰ ১০.১০ বজালৈ।

এই লেখকৰ সকলো লেখা চাওক →
২৯ ছেপ্তেম্বৰৰ পৰা নতুন শিতান: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক