|

তোমালৈ যেতিয়া মনত পৰা নাছিল

প্ৰকাশ: ৭ আগষ্ট, ২০১৮ | অন্তিম সম্পাদনা: ৭ আগষ্ট, ২০১৮

মূলঃ মেৰাজ ফৈজাবাদী (তেৰে বাৰে মে জব চোছা নহী থা)
অনুবাদ: মমতাজ আনচাৰি

img
মেৰাজ ফৈজাবাদী

তোমালৈ যেতিয়া মনত পৰা নাছিল
একাকী জীৱন ইমান একাকীতো নাছিল

সেই যে তোমাৰ ছবিখনৰ স’তে কথা পতা
কোঠাখনত আন কোনো আইনাতো নাছিল

নিতিয়ালে নদীখনে মোৰ শুকান কণ্ঠ
মৰুত থাকোঁতেও ইমান তৃষ্ণাতো নাছিল

অভিমান আৰু আবদাৰৰ এই খেলাত
পৰস্পৰক হেৰুৱাৰ ভাব অহাতো নাছিল

শুনিছো তেওঁ হেনো চকু মুদিলে
বহু নিশা ধৰি শোৱাওতো নাছিল


| আৰু পঢ়ক: কে সচ্চিদানন্দনৰ কবিতা ‘এগৰাকী নাৰীৰ প্ৰেমত পৰিবলৈ’


মূল কবিতা:

तेरे बारे में जब सोचा नहीं था
मेराज फैजाबादी

तेरे बारे में जब सोचा नहीं था
मैं तन्हा था मगर इतना नहीं था

तेरी तस्वीर से करता था बातें
मेरे कमरे में आईना नहीं था

समंदर ने मुझे प्यासा ही रखा
मैं जब सेहरा में था प्यासा नहीं था

मनाने-रूठने के खेल में हम
बिछड़ जायेंगे ये सोचा नहीं था

सुना है बन्द कर ली उसने आँखें
कई रातों से वो सोया नहीं था

আৰু পঢ়ক:  ব্যাকুল বিদ্ৰোহী: নীলমণি ফুকনলৈ শ্ৰদ্ধাঞ্জলি

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts