গীত: ফিডেল কাষ্ট্ৰ' জিন্দাবাদ

গীত: ফিডেল কাষ্ট্ৰ' জিন্দাবাদ
  • 27 Nov, 2016

বি শ্বৰ বিপ্লৱী সত্তাৰ প্ৰতীক স্বৰূপ কিউবাৰ ফিডেল কাষ্ট্ৰেীৰ মৃত্যুত তেখেতৰ স্মৃতিত শ্ৰদ্ধা যাচি এই ‘ফিডেল কাষ্ট্ৰো জিন্দাবাদ’ গীতটো নীলা চৰাইৰ পাঠক সমাজলৈ আগবঢ়ালো।


গীতৰ কথা আৰু কণ্ঠ: নয়নজ্যোতি শইকীয়া
গীত: ফিডেল কাষ্ট্ৰ' জিন্দাবাদ | নয়নজ্যোতি শইকীয়া

Follow Nilacharai on Facebook