ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ চতুৰ্থ খণ্ড ২০ অক্টোবৰত

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ চতুৰ্থ খণ্ড ২০ অক্টোবৰত
  • 18 Oct, 2019

ল্পকাৰ-ঔপন্যাসিক ধ্ৰুৱজ্যোতি শৰ্মা প্ৰতি দেওবাৰে নীলা চৰাইৰ পাঠকৰ বাবে হাঁহিৰ সম্ভাৰ লৈ উপস্থিত হয়হি । দেওবাৰে পুৱা ১০.১০ বজাত শ্ৰীশৰ্মাই শুনায় ‘ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড’ৰ একোটা অধ্যায়। যোৱা দেওবাৰে পাঠ কৰা হ’ল ‘কুকুৰ-পুৰাণ’।

অহা ২০ অক্টোবৰত শ্ৰীশৰ্মা উপস্থিত হ’বহি ‘গাঁঠি-পুৰাণ’ লৈ। যদি আপুনি ‘ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড’ৰ আগৰ খণ্ডকেইটা এতিয়াও পঢ়া নাই, তেনেহ’লে চতুৰ্থ খণ্ড অহাৰ আগতেই পঢ়ি লওক:

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ১: বুমেৰাং
ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ২: কৃপণ-পুৰাণ
ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৩: কুকুৰ-পুৰাণ

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ চতুৰ্থ খণ্ড ২০ অক্টোবৰত | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook