সপোনে যেতিয়া ফাকু খেলে
সময় সজীৱ হৈ উঠে
দুচকুত পোহৰ উপচি পৰে,
সপোনে যেতিয়া চকু মুদে
বেদনাই কিৰীলি পাৰে
অনুভৱবোৰ অশ্রু হৈ নিগৰে
বুকুৱেদি বগাই নামি আহে
এক তপত হুমুনিয়াহ।

HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
সপোনে যেতিয়া ফাকু খেলে
সময় সজীৱ হৈ উঠে
দুচকুত পোহৰ উপচি পৰে,
সপোনে যেতিয়া চকু মুদে
বেদনাই কিৰীলি পাৰে
অনুভৱবোৰ অশ্রু হৈ নিগৰে
বুকুৱেদি বগাই নামি আহে
এক তপত হুমুনিয়াহ।

HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক