শীত

ফেঁচাৰ কৰুণ মাতে যেতিয়া
শীতৰ নিশাৰ নিস্তব্ধতা আঁতৰাই
মই সাৰ পাই উঠোঁ

তুমি দি যোৱা দুখ নিসংগতাৰ সতে
উজাৰ খাই আহে।

বাহিৰত শীতৰ মুকুতা সৰিছে
সৰি পৰা মুকুতাৰ শব্দ
কেতিয়াবা গছত কেতিয়াবা পাতত

আৰু মোৰ হৃদয়
অবিৰাম অশ্ৰুপাতে দোঁ খুৱাই নিয়ে।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

অংকুৰ জ্যোতি বুঢ়াগোঁহাই

লেখকৰ ঠিকনা: তিতাবৰ, যোৰহাট ফোন: ৯০৮৫৮-৭৭৫০১ ই-মেইল: ankurjyotiburagohain718@gmail.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

প্ৰথমে আপুনিয়েই মতামত দিয়ক!

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of